বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ নীৰজ চোপ্ৰাৰ

Pc India Today

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ নীৰজ চোপ্ৰাৰ

ৰঙিলী বাৰ্ত্তােসৱা- পুনৰ ইতিহাস ৰচনা কৰিলে অলিম্পিকৰ গ’ল্ডেন বয় নীৰজ চোপ্ৰাই। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা প্ৰথমভাৰতীয় হিচাপে পৰিগণিত হৈছে নীৰজ চোপ্ৰা। ২৪ বছৰীয়া নীৰজ চোপ্ৰাই আমেৰিকাৰ য়ুজিনত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত ৮৮.১৩ মিটাৰ জেভলিন থ্ৰ’ কৰি নীৰজে আঁজুৰি আনিলে ৰূপৰ পদক।