বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ শোক প্ৰকাশ

Pc assam.news18.com

বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷এক শোকবাৰ্তাত বৰাই কয়:’নিপন গোস্বামীয়ে তেওঁৰ উন্নত শৈলীৰ অভিনয়েৰে অসমৰ অভিনয় জগতক এক পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছিল। তেওঁ আছিল সুন্দৰ ব্যৱহাৰৰ অধিকাৰী এগৰাকী নীতি-নিষ্ঠ লোক। তেওঁ আগবঢ়াই থৈ যোৱা অৱদানেৰে আমাৰ মাজত সদায় অমৰ হৈ থাকিব।’