বিশিষ্টা শিল্পী, গীতিকাৰ, শিক্ষাবিদ লক্ষ্যহীৰা দাসৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

বিশিষ্টা শিল্পী, গীতিকাৰ, শিক্ষাবিদ লক্ষ্যহীৰা দাসৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “হৃদয়স্পৰ্শী কণ্ঠেৰে মোৰ দৰে বহু শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা শ্ৰদ্ধাৰ শিল্পী, শিক্ষাবিদ, সুলেখিকা ড° লক্ষ্যহীৰা দাসৰ দেহাৱসানৰ খবৰটি পাই মৰ্মাহত হৈছোঁ। বাইদেৱে অসমৰ সাংস্কৃতিক তথা শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়াই থৈ যোৱা অৱদান আমাৰ মাজত স্মৰণীয় হৈ ৰ’ব। এই শোকৰ মুহূৰ্তত বাইদেউৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে শোকসন্তপ্ত পৰিয়ালবৰ্গ, গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।