অণুগল্প
বিমুখ
সুমিত্ৰা বৰগোহাঁই,ধেমাজি
আলোকসজ্জাৰে নসজোৱাকৈয়ে আলোকিত হৈ উঠে পুত্ৰৰ সফলতাত। কিন্তু এদিন সেই মাকৰ হৃদয়ত বাজে বিষাদৰ সুৰ। মন নগ’ল কাকো বুজাবলৈ,নিজৰ যি দুখ মাথোঁ নিজেই বুজিলে।