বিফল – পাৰ্শ্ব জ্যোতি ভাগৱতী

Pc IASbaba

বিফল

পাৰ্শ্ব জ্যোতি ভাগৱতী

জীৱনত যিমান  বাৰ বিফল হৈছো
সিমানে হতাশ হৈছো ।
সপোনবোৰ যিমান বাৰ ভাগিছে
মই ও সিমান বাৰ ভাগি পৰিছো,
কিন্তু হাৰ মনা নাই
প্ৰত্যেকটো পৰিস্থিতিত এক
সবল মনোভাৱ আৰু এক
ধনাত্মক চিন্তাধাৰা লৈ
জীৱন যাত্ৰাত আগবাঢ়িছো
আৰু এদিন নিজৰ লক্ষ্যত সফল হ’ম…