বিদায় কাব্যঋষি-কাজি শ্বাহাদত ইছলাম

Pc assam.news18.com
বিদায় কাব্যঋষি
কাজি শ্বাহাদত ইছলাম
মৃত্যু নামক বজ্ৰপাতৰ কালগ্ৰাসৰ পৰা
আজিলৈকে সাৰিবনো পাৰিছে কোনে….
অতি তিক্ত হ’লেও মৃত্যুৰ অমৃত
ইচ্ছাই অনিচ্ছাই পান কৰিব লাগে প্ৰতিজনে….!!
অসীম বাটত খোজ লোৱা নৰতনুৰ
যাত্ৰাৰ নহয় কদাপিও অবসান….
ভোটা তৰাৰ মহাপ্ৰয়াণত
তাৰকা ৰাজ্য ম্ৰিয়মান….!!
(জ্ঞানপীঠ বঁটা বিজয়ী কাব্যঋষি শ্ৰদ্ধাৰ নীলমণি ফুকন দেৱৰ সোঁৱৰণত)