অণুগল্প
বিতৰ্ক
ৰীতা দেৱী,কাহিলীপাৰা
তৰ্ক নাইবা বিতৰ্ক কৰি এতিয়া আৰু একো লাভ নাই যিহেতু সিহঁতৰ মনবোৰ মিলিছে বুলি কৈ মাক অৰুণিমাই ঘৰলৈকে গুছি গ’ল অজানিতে বেদান্তৰ মুখত সুখ আৰু আনন্দৰ হাঁহি এটি বিৰিঙি উঠিল।