বিতৰ্কিত মিঞা মিউজিয়ামক লৈ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ

Pc - The Janambhumi

বিতৰ্কিত মিঞা মিউজিয়ামক লৈ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ

ৰঙিলী বাৰ্ত্তাসেৱা – ৰাজ্যত এতিয়াও অব্যাহত আছে মিঞা মিউজিয়াম বিতৰ্ক।কিন্তু একাংশ নেতাই এই সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি ৰাজনীতিৰ খেল খেলিবলৈ আৰম্ভ কৰিছে।এইবাৰ বহু বিতৰ্কিত মিঞা মিউজিয়ামক মুকলিকৈ সমৰ্থন অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।মিঞা মিউজিয়ামক সমৰ্থন কৰিবলৈ গৈ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক একপ্ৰকাৰ চোকা সমালোচনা কৰিলে ৰিপুন বৰাই।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ৰিপুন বৰাৰ প্ৰশ্ন,’মুখ্যমন্ত্ৰীৰ গাত কিয় খজুৱতি উঠিছে? মিঞা মিউজিয়াম স্থাপন হ’লে আপত্তি ক’ত?অকল মিঞা মিউজিয়ামেই নহয়, অসমত চব মিউজিয়াম লাগে।’