বিটিচি নিৰ্বাচনক লৈ তৎপৰ আপৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বি টি চি নিৰ্বাচনকলৈ তৎপৰ আম আদমি পাৰ্টীৰ৷চিৰাং জিলাৰ আলুখুন্দা ভিচিডিচিত ৩ শতাধিক লোকৰ আপত যোগদান৷ ২০২৫ত বড়োলেণ্ড নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰিব আপ অসমে এই কথা প্ৰকাশ কৰে ডা° ভবেন চৌধুৰীয়ে৷