বিজেপি ৰ মুৰব্বী জে পি নাড্ডাই হংসখালি ধৰ্ষণ-হত্যাকাণ্ডৰ তদন্তৰ বাবে দল গঠন কৰিছে

pc Hindustan times

বিজেপি ৰ মুৰব্বী জে পি নাড্ডাই হংসখালি ধৰ্ষণ-হত্যাকাণ্ডৰ তদন্তৰ বাবে দল গঠন কৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা-  পশ্চিম বংগৰ হাংখালীত সংঘটিত ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগৰ তদন্তৰ বাবে বিজেপি ৰ মুৰব্বী জে পি নাড্ডাই এখন পাঁচ জনীয়া সমিতি গঠন কৰিছে। সাংসদ ৰেখা বাৰ্মা আৰু উত্তৰ প্ৰদেশৰ মন্ত্ৰী বেবী ৰাণী মৌৰ্যক অন্তৰ্ভুক্ত কৰা সমিতিখনক অতি সোনকালে ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। ইয়াৰ পূৰ্বে, কলিকতা উচ্চ ন্যায়ালয়ে চিবিআইক গোচৰটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল।