বিজেপিৰ সাংগঠনিক সভা

বিজেপিৰ সাংগঠনিক সভা

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলা মুখ্য কাৰ্যালয়ত জিলা সভাপতি অঞ্জন গোস্বামীৰ সভাপতিত্বত বিশেষ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়।উক্ত সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণোজ পেগু,গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা,পলাশবাৰী সমষ্টিৰ হেমাংগ ঠাকুৰীয়া,ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা,ৰাজ্যিক সংবাদ মাধ্যম বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱ জ্যোতি মৰল জিলা প্ৰভাৰী অনিৰ্বাণ গোস্বামী,পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অনুপ কুমাৰ মেধি,ৰাজ্যিক কাৰ্যালয় সম্পাদক সুজিত বিশ্বাসৰ লগতে ৰাজ্যিক,জিলা তথা মণ্ডল বিষয়ববীয়া সকল উপস্থিত থাকে ।