বিজেপিয়ে লক্ষ্মীকান্ত বাজপাইক ৰাজ্যসভাৰ মুখ্য হুইপ হিচাপে নিযুক্তি

Pc NDTV.com

বিজেপিয়ে লক্ষ্মীকান্ত বাজপাইক ৰাজ্যসভাৰ মুখ্য হুইপ হিচাপে নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) উত্তৰ প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি লক্ষ্মীকান্ত বাজপাইক ৰাজ্যসভাত দলৰ মুখ্য হুইপ হিচাপে নিযুক্তি দিছে। বাজপাইয়ে টুইটাৰত কয়, “মই সম্পূৰ্ণ ভক্তিৰে দলৰ নেতৃত্বই দিয়া এই দায়িত্ব পালন কৰিম।” বাজপাইয়ে ৰাজ্যসভাৰ পৰা সাংসদ হিচাপে অৱসৰ গ্ৰহণ কৰা শিৱ প্ৰতাপ শুক্লাৰ স্থান লৈছে।