বানপানীৰ ফলত অসমত দুটা শিশুৰ মৃত্যু

pc IndiaTV News

বানপানীৰ ফলত অসমত দুটা শিশুৰ মৃত্যু

অনলাইন বাৰ্ত্তাসেৱা – অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা অনুসৰি অসমত হোৱা বানপানীৰ ফলত প্ৰাণ হেৰুওৱাইছে কমেও দুটা শিশুই আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (কে.এন.পি.) ৭০% তকৈও অধিক পানীত ডুব গৈছে। বৰপেটাৰ চেঙা আৰু মৰিগাঁৱৰ মায়ঙৰ আছিল বানপানীৰ ফলত মৃত্যু হোৱা শিশুকেইটা। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ১৭ খন জিলাৰ ৩.৬৩ লাখৰো অধিক লোক।

(UD.)