বাইহাটাত টেংকাৰে মহটিয়াই নিলে দুজন লোকক

pc- onmanorama

বাইহাটাত টেংকাৰে মহটিয়াই নিলে দুজন লোকক

ৰঙিলী বাৰ্ত্তাসেৱা- বাইহাটা চাৰিআলিৰ অসম পাৰ্কিঙত অঘটন। শুই থকা অৱস্থাতে দুজনক মহটিয়াই নিলে এখন টেংকাৰে। ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈ দুজন লোক। নিহত হোৱা লোক দুজন মণ্টু সিং আৰু ৰামু। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে টেংকাৰখন।