বর্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছত ভাৰত-পাকিস্তান মেচ বাতিল

বর্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছত ভাৰত-পাকিস্তান মেচ বাতিল

ৰঙিলী বাৰ্ত্তাসেৱা-  বর্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছত আয়োজকসকলে ভাৰত-পাকিস্তান মেচ বাতিল কৰিবলৈ বাধ্য হৈছে। কেৱল এয়াই নহয়, প্রতিযোগিতাৰ স্পনছেৰেও বয়কট কৰিলে পাকিস্তানক। দেশখনৰ কোনো মেচৰ সৈতে জড়িত নাথাকে ভাৰতীয় স্পনছৰ। ১৮ জুলাইৰ পৰা জোহান্সবার্গত আৰম্ভ হৈছে প্রতিযোগিতা। প্রতিযোগিতাৰ অন্যতম স্পনছৰ ‘ইজমাইট্রিপ ডট কম’। তেওঁলোকে জনাইছে যে প্রতিযোগিতাৰ পাকিস্তানৰ কোনো মেচৰ সৈতে আমি জড়িত নাথাকোঁ। নীতিগতভারে পাকিস্তানৰ কোনো মেচৰ আমি প্ৰচাৰ নকৰোঁ।