ববি দেওলে লায়ন্স গোল্ড এৱাৰ্ডছত ‘আশ্ৰম’ ৱেব ছিৰিজৰ বাবে অ’টিটি ষ্টাৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে

pc Jagran TV

ববি দেওলে লায়ন্স গোল্ড এৱাৰ্ডছত ‘আশ্ৰম’ ৱেব ছিৰিজৰ বাবে অ’টিটি ষ্টাৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে

অনলাইন বাৰ্ত্তাসেৱা –বলীউড অভিনেতা ববি দেওলে ২৭ তম লায়ন্স গোল্ড এৱাৰ্ড ২০২১ ত তেওঁ অভিনয় কৰা ৱেব চিৰিজ ‘আশ্ৰম’ৰ বাবে অ’টিটি ষ্টাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল। অভিনেতাজনক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে সম্বৰ্ধনা জনায়। অন্যান্য বিজয়ীসকলৰ ভিতৰত আছিল ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বঁটা লাভ কৰা অভিনেত্ৰী দেবিনা বনাৰ্জী, শ্ৰেষ্ঠ নৃত্য প্ৰদৰ্শনৰ বাবে এলি আভ্ৰৰাম, আৰু ফিটনেছ  এন্থুজিয়াষ্টৰ বাবে কৃষ্ণা শ্ৰফ।

(UD.)