বন্দী সন্ত্ৰাসবাদীৰ মৃতদেহ পাকিস্তানক গতাই দিলে ভাৰতে

বন্দী সন্ত্ৰাসবাদীৰ মৃতদেহ পাকিস্তানক গতাই দিলে ভাৰতে

ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰত অনুপ্ৰৱেশৰ চেষ্টাৰ সময়ত ভাৰতীয় সেনাই বন্দী কৰা পাকিস্তানীৰ এজন ফিদায়ীন আত্মঘাতী আক্ৰমণকাৰীৰ মৃতদেহ পাকিস্তানক গতাই দিয়া হৈছে। তাবাৰাক হুছেইন নামৰ ৩২ বছৰীয়া সন্ত্ৰাসবাদীজনে অনুপ্ৰৱেশৰ চেষ্টাৰ সময়ত সেনাৰ গুলীচালনাত আহত হৈছিল। শনিবাৰে  হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। খবৰ অনুসৰি তেওঁ এজন প্ৰশিক্ষিত লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী।