বন্দী সঁজাৰ পক্ষী – প্ৰাণ প্ৰতিমা বড়া May 30, 2024 Rongili Barta অণুগল্প বন্দী সঁজাৰ পক্ষী প্ৰাণ প্ৰতিমা বড়া গুৱাহাটী মাক-দেউতাকৰ একমাত্ৰ পৰীজনী সকলো গুণৰে অধিকাৰী আছিল ৷ প্ৰতিভাশালী মানসিকতাত গঢ় লৈ উঠা পৰীজনী সেন্দূৰ পিন্ধি আনৰ ঘৰৰ বোৱাৰী হ’বৰেপৰা মুক্ত মনৰ পৰীজনী এতিয়া বন্দী সঁজাৰ পক্ষী ৷