বজালীত তৃণমূল কংগ্ৰেছৰ সভা

বজালীত তৃণমূল কংগ্ৰেছৰ সভা

ৰঙিলী বাৰ্ত্তাসেৱা-অসম তৃণমূল যুৱ কংগ্ৰেছৰ উপ-সভাপতি আহমেদ আলী আৰু সম্পাদক ৰাহুল চৌহানৰ নেতৃত্বত বজালী জিলাত এখন সভা অনুষ্ঠিত হয়। বজালী জিলা তৃণমূল যুৱ কংগ্ৰেছৰ বিষয়ববীয়া সকলৰ সৈতে আগন্তুক সময়ত বজালীত কিদৰে তৃণমূল কংগ্ৰেছক অধিক শক্তিশালী কৰিব পাৰি, সেই সন্দৰ্ভত এক আলাপ আলোচনা কৰা হয়৷ উক্ত আলোচনাত অসম তৃণমূল কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰাক্তন বিধায়ক আব্দুল কালাম আজাদ উপস্থিত থাকে।