ফলাফল ঘোষণা কৰিবলৈ কাউন্সিল সম্পূৰ্ণৰূপে সাজুঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

PC - The Meghalayan

ফলাফল ঘোষণা কৰিবলৈ কাউন্সিল সম্পূৰ্ণৰূপে সাজুঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

ৰঙিলী বাৰ্ত্তাসেৱা- মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া সকলোৰে উৎকণ্ঠা বৃদ্ধি পাইছে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাক লৈ।মে’ মাহৰ প্ৰথম সপ্তাহত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে যে ইতিমধ্যে ফলাফল ঘোষণা কৰিবলৈ কাউন্সিল সম্পূৰ্ণৰূপে সাজু। উল্লেখ্য যে ২০ এপ্ৰিলত ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।