প্ৰধানমন্ত্ৰী মোদীৰ হিমাচল প্ৰদেশৰ ধৰ্মশালাত ৰোড শ্ব’ অনুষ্ঠিত

প্ৰধানমন্ত্ৰী মোদীৰ হিমাচল প্ৰদেশৰ ধৰ্মশালাত ৰোড শ্ব’ অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ ধৰ্মশালাত এখন ৰোড শ্ব’ অনুষ্ঠিত কৰিছিল। বাটত পৰম্পৰাগত পোছাক পিন্ধি বিভিন্ন সাংস্কৃতিক গোটে তেওঁক আদৰণি জনাইছিল। প্ৰথমখন ৰাষ্ট্ৰীয় মুখ্য সম্পাদক সন্মিলনৰ অধ্যক্ষতা কৰিব প্ৰধানমন্ত্ৰীয়ে। তেওঁ নিৰ্বাচনমুখী ৰাজ্যখনলৈ দুদিনীয়া ভ্ৰমণলৈ আহিছে।