প্ৰধানমন্ত্ৰী মোডীৰ দৃষ্টিভংগীৰ বিষয়ে শুনি সদায় সন্তুষ্টঃ এডোবৰ অধ্যক্ষ

pc- Mint

প্ৰধানমন্ত্ৰী মোডীৰ দৃষ্টিভংগীৰ বিষয়ে শুনি সদায় সন্তুষ্টঃ এডোবৰ অধ্যক্ষ

অনলাইন বাৰ্ত্তাসেৱা- ৱাশ্বিংটন ডিচিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছত এডোবৰ অধ্যক্ষ শান্তনু নাৰয়েনে কয়, “তেওঁ কেনেদৰে ভাৰত সম্প্ৰসাৰণ কৰিব বিচাৰে তাৰ বাবে তেওঁৰ দৃষ্টিভংগীৰ বিষয়ে শুনি সদায়েই আনন্দিত হওঁ।” তেওঁ আৰু কৈছিল যে তেওঁলোকে উদ্ভাৱনত অব্যাহত বিনিয়োগৰ বিষয়ে কথা পাতিছিল। নাৰয়নে লগতে কয়, “প্ৰধানমন্ত্ৰী মোডীয়ে বিশ্বাস কৰে যে প্ৰযুক্তিয়েই হৈছে বস্তুবোৰ আগুৱাই নিয়াত সহায় কৰাৰ উপায়।”