প্ৰথম পৰ্যায়ৰ গণনাৰ পিছত ৰাষ্ট্ৰপতি নিৰ্বাচনত ৫৪০ টা ভোট লাভ কৰি দ্ৰৌপাদি মুৰ্মু আগবাঢ়ি আছে
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যসভাৰ মহাসচিব পি চি মডিয়ে কয় যে প্ৰথম পৰ্যায়ৰ গণনাৰ পিছত ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ দ্ৰৌপাডি মুৰ্মু ৫৪০ টা ভোটলাভ কৰি আগবাঢ়ি আছে। তেওঁ লগতে কয় যে বিৰোধীদলৰ যশৱন্ত সিনহাই ২০৮ টা ভোট লাভ কৰিছে। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল আবেলি প্ৰায় ৪ বজাত আশা কৰা হৈছে।