প্ৰতিবন্ধী – মাৰ্জিনা বেগম

PC - Pexels

প্ৰতিবন্ধী

মাৰ্জিনা বেগম, বৰপেটা

” থোৱা হে, যিমানেই গুণী-জ্ঞানী, শিক্ষিত নহওক কিয় মানুহে প্ৰতিবন্ধী বুলিয়ে ক’ব আৰু চিনিব ।”
দুৱাৰমুখৰ পৰা ভাহি অহা ভদ্ৰমহিলাৰ কথা শুনি তাই নিজকে প্ৰশ্ন কৰিলে – আচলতে ইয়াত প্ৰকৃত প্ৰতিবন্ধী কোন ? তেওঁ নে তাই !