প্ৰতাৰণা…..পম্পী ডেকা

pc-sadhguru
প্ৰতাৰণা…..
চোৱা…
কেনেকৈ দাও-দাওকৈ জ্বলিছে জুইকুৰা..
এইকুৰা জুইকে সাক্ষী কৰি মৰমৰ এক নতুন অধ্যায়ৰ পাতনি মেলাৰ সপোনে পোখা মেলিছিল..
কিন্তু আজি…..
সেইকুৰা জুইত প্ৰতাৰণাৰে ভৰা,
আমাৰ প্ৰেমৰ প্ৰতীকৰ মুখাগ্নি কৰিছোঁ.