প্ৰণয়- সমুজ্জ্বল ডেকা

Pc-pexels
প্ৰণয়
সমুজ্জ্বল ডেকা, ৰঙিয়া 
ৰঙা গোলাপৰ পাহি,
ভাহি অহা তোমাৰ হাঁহি।
শ্যাম বৰ্ণ সাগৰৰ জল,
তাতেই উঠা-নমা প্ৰণয়ৰ ঢল।
ছন্দতেই মোৰ আনন্দ,
ভাৱনাতেই বিকাশ ছন্দ।
বৰষাবোৰ অশ্ৰু হৈ,
সুখবোৰ আশাৰ নৈ।
নিশাৰ আকাশত জোন,
প্ৰত্যয়ৰ জগতত মই সোণ।