প্ৰণয় ইণ্ডোনেছিয়া অপেন 2022 ৰ পৰা বাহিৰ 

pc hindustan times

প্ৰণয় ইণ্ডোনেছিয়া অপেন 2022 ৰ পৰা বাহিৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- ইণ্ডোনেছিয়া অপেন ২০২২ ত ভাৰতৰ অভিযান সমাপ্ত।পুৰুষৰ একক ছেমি ফাইনেলত চীনৰ ঝাও জুন পেঙৰ হাতত প্ৰণয় ১৬-২১, ১৫-২১ ব্যৱধানত পৰাস্ত হয়। ছেমি ফাইনেল খেলখন ৪০ মিনিট সমাপ্ত হৈছিল। জুন পেঙে এতিয়া ফাইনেলত বিশ্বৰ এক নম্বৰ ভিক্টৰ এক্সেলচেনৰ মুখামুখি হ’ব।