পোহৰ-মিতু ভূঞাঁ..

pc-walpapercave
পোহৰ
একা বেকা পথ……
         ৰৈ ৰৈ চাওঁ……..
জানোচা কোনোবা…..
      আছে মোৰ লগত…,
 আগুব়াই যাওঁ………..
অকণমানি পোহৰৰ আশা ,
   নাই লগত কোনো….
নই আগুব়াই যোব়া পথ,
   ৰৈ যাওঁ থমকি চাওঁ……
জানোচা আহে কোনোবা,
   মোৰ হাতত হাত ধৰি..
 নিব আগুব়াই পোহৰ বাটে,
     অকণমানি পোহৰে…..
          হাহিঁ মাৰি কয়…….
 আহা আগুব়াই সাহসৰে,
            আছো ৰৈ মই……..
                 তোমাৰ বাবে……..
…….মিতু ভূঞাঁ……..