পোনাকণৰ ছবি – যমুনা দুলু বৈশ্য

Pc Pixabay

অণুগল্প

পোনাকণৰ ছবি

যমুনা দুলু বৈশ্য
শুৱালকুছি

মাক নোহোৱা ঘৰ খনলৈ উভতে খৰকৈ তাই ।

চাহৰ কেটেলিটো চৌকাত তুলি দি চাই থাকে বাৰে বাৰে বাহিৰলৈ ! !

পেটৰ কলমলনিটো কাণত বাজি ৰয় ,ৰাতিপুৱা গাটো তিয়াই লোৱাৰ পৰা হেঁপাহ বোৰে নিৰৱে বান্ধ খাই থাকে বহু অপেক্ষাৰ স’তে—-।