পৃথিৱী পৰ্যৱেক্ষণৰ উপগ্ৰহ উৎক্ষেপণৰ বাবে আৰম্ভ হৈছে কাউন্টডাউন, ইছৰোৱে ইয়াৰ ফটো শ্বেয়াৰ কৰে
অনলাইন বাৰ্ত্তাসেৱা – ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে আজি ৰকেটৰ ফটোৰ সৈতে টুইট কৰে আৰু জানিবলৈ দিয়ে যে ই.অ’.এছ.-০৩ (EOS-03) অভিযানৰ উৎক্ষেপণৰ বাবে জি.এছ.এল.ভি.-এফ.১০ (GSLV-F10)মক অনুসূচীত কৰা হৈছে। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ (এছ.ডি.এছ.চি.) পৰা কাইলৈ পুৱা ৫:৪৩ বজাত পৃথিৱী পৰ্যৱেক্ষণ উপগ্ৰহ (ই.অ’.এছ.-০৩) – জিছাট-১ (GISAT-1) উৎক্ষেপণ কৰাৰ কথা আছে ভূ-সমকালীন উপগ্ৰহ উৎক্ষেপণ বাহন-এফ১০ (জি.এছ.এল.ভি.-এফ১০)।
(UD.)