পুষ্কৰ সিং ধামীৰ চম্পাৱত উপনিৰ্বাচনত জয়লাভ 

pc hindustan times

পুষ্কৰ সিং ধামীৰ চম্পাৱত উপনিৰ্বাচনত জয়লাভ 

ৰঙিলী বাৰ্ত্তাসেৱা-   উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে চম্পাৱত উপনিৰ্বাচনত ৫৫,০২৫ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। ধামীয়ে কংগ্ৰেছৰ নিৰ্মলা গাহোত্ৰী, এছপি প্ৰাৰ্থী মনোজ কুমাৰ আৰু নিৰ্দলীয় প্ৰাৰ্থী হিমাংশুক পৰাজিত কৰিছিল, চম্পাৱতৰ নিৰ্বাচনী বিষয়াসকলে কয়।আৰু তেওঁ এতিয়াও উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হৈ থাকিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধামীক অভিনন্দন জনাই কয়, “মই নিশ্চিত যে তেওঁ উত্তৰাখণ্ডৰ প্ৰগতিৰ বাবে আৰু অধিক পৰিশ্ৰম কৰিব।”