পুনৰ ৰাজ্যৰ নিবনুৱালৈ মুখ্যমন্ত্ৰীৰ অফাৰ

পুনৰ ৰাজ্যৰ নিবনুৱালৈ মুখ্যমন্ত্ৰীৰ অফাৰ

ৰঙিলী বাৰ্ত্তসেৱা- পুনৰ ৰাজ্যৰ নিবনুৱালৈ মুখ্যমন্ত্ৰীৰ চৰকাৰী চাকৰিৰ অফাৰ।জুলাই মাহৰ ১৫ তাৰিখৰ ভিতৰত পুনৰ ৭-৮ হাজাৰ যুৱকক দিব চৰকাৰী চাকৰি। খানাপাৰত ৰাজ্য চৰকাৰৰ মেগা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰায় ২৩ হাজাৰ শিক্ষিত যুৱক-যুৱতীৰ হাতত চৰকাৰী চাকৰিৰ নিযুক্তিপত্ৰ তুলি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য।জুলাই মাহৰ ১৫ তাৰিখৰ ভিতৰত পুনৰ ৭-৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি প্ৰদান কৰিব ৰাজ্য চৰকাৰে। সেইদৰে জুলাই মাহৰে শেষৰ সপ্তাহত অনুষ্ঠিত হ’ব ২৬ হাজাৰ পদৰ বাবে লিখিত পৰীক্ষা।