পুনৰ বাঢ়িল বিদ্যুতৰ মাচুল
ৰঙিলী বাৰ্ত্তাসেৱা- জনসাধাৰণৰ মূৰত পুনৰ মাধমাৰ শক্তি বিভাগৰ। পুনৰ বাঢ়িল বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত বাঢ়িল ৭৯ পইচাকৈ। ইন্ধনজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে এই সিদ্ধান্ত শক্তি বিভাগৰ। ৩ মাহৰ বাবে বৃদ্ধি কৰা হৈছে বিদ্যুতৰ বিল। চলিত মাহৰ পৰা অন্তৰ্ভুক্ত হ’ব বৰ্ধিত মাচুল। ২০২৩ৰ জানুৱাৰীলৈ বাঢ়িব মাচুল।