পিজ্জা হাট, কে.এফ.চি.ৰ সৰ্ববৃহৎ ইণ্ডিয়া ফ্ৰেঞ্চাইজীয়ে আই.পি.অ’.ৰ বাবে সন্মতি লাভ কৰিছে ছেবি (SEBI)ৰ

pc CNBCTV18

অনলাইন বাৰ্ত্তাসেৱা – দেৱযানী ইণ্টাৰনেচনেল লিমিটেডে (ডি.আই.এল.) ইয়াৰ আই.পি.অ’.ৰ জৰিয়তে আনুমানিক ১,৪০০ কোটি টকা সংগ্ৰহ কৰাৰ বাবে চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অব্ ইণ্ডিয়া (ছেবি)ৰ অনুমোদন লাভ কৰিছে। ডি.আই.এল. হৈছে ভাৰতৰ পিজ্জা হাট, কে.এফ.চি. আৰু কোষ্টা কফিৰ সৰ্ববৃহৎ ফ্ৰেঞ্চাইজি। ৮০০০ কোটি টকাৰ ইকুইটি শ্বেয়াৰৰ এটা নতুন ইছ্যু আৰু প্ৰায় ১২.৫৩ কোটি শ্বেয়াৰ বিক্ৰী কৰাৰ প্ৰস্তাৱ আই.পি.অ’.ত অন্তৰ্ভুক্ত আছে।

(UD.)