পশ্চিম বংগত ‘অত্যাধিক গৰমৰ’ৰ বাবে গ্ৰীষ্মকালীন বন্ধ ২৬ জুনলৈ বৃদ্ধি 

pc The economic Times

পশ্চিম বংগত ‘অত্যাধিক গৰমৰ’ৰ বাবে গ্ৰীষ্মকালীন বন্ধ ২৬ জুনলৈ বৃদ্ধি 

ৰঙিলী বাৰ্ত্তাসেৱা-  পশ্চিম বংগ চৰকাৰে ৰাজ্যখনত গ্ৰীষ্মকালীন বন্ধ ২৬ জুনলৈ বৃদ্ধি কৰিছে। “অত্যাধিক গৰমৰ পৰিস্থিতিৰ বাবে বিদ্যালয়সমূহত গ্ৰীষ্মকালীন বন্ধ ঘোষণা কৰাৰ সন্দৰ্ভত, যিহেতু গৰম আৰু আৰ্দ্ৰতাৰ ফলত কেইটামান মৃত্যুৰ ঘটনাৰ প্ৰতিবেদন পোৱা গৈছে, সক্ষম কৰ্তৃপক্ষই গ্ৰীষ্মৰ বন্ধ বোৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে,” চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে।