অণুগল্প
নৱবৰ্ষ
মালবিকা দেৱী,শোণিতপুৰ
পৰিয়াল আৰু সমাজৰ কামত লাগি থাকোতে শৰীৰৰ যতন ল’বলৈ আহৰি নোপোৱা তৰালীক আজি বেৰৰ কেলেণ্ডাৰ খনে সোঁৱৰাই দিলে জীৱনৰ পৰা এটা বছৰ আকৌ বিয়োগ হ’ল।