নূপুৰ শৰ্মাক হত্যা কৰিবলৈ ভাৰতত প্ৰৱেশ কৰা পাক ব্যক্তিক ৰাজস্থানত আটক

Pc Zee News

নূপুৰ শৰ্মাক হত্যা কৰিবলৈ ভাৰতত প্ৰৱেশ কৰা পাক ব্যক্তিক ৰাজস্থানত আটক

ৰঙিলী বাৰ্ত্তাসেৱা-  নিলম্বিত বিজেপি নেত্ৰী নুপুৰ শৰ্মাক হত্যা কৰিবৰ বাবে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হোৱাৰ পিছত এজন পাকিস্তানী নাগৰিকক ৰাজস্থানত আটক কৰা হৈছিল। বিএছএফৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি ৰিজৱান আশ্ৰাফ নামৰ লোকজনৰ মোনাত এখন ১১ ইঞ্চি দীঘল চুৰি, ধৰ্মীয় কিতাপ, কাপোৰ আৰু বালি পোৱা গৈছিল।