নিৰুদ্দেশ 

নিৰুদ্দেশ 
বুলমণি বৰি,লখিমপুৰ ,ৰঙিলী বাৰ্ত্তাসেৱা-  লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টি,ৰামপুৰ বগীবিল গাওঁ পঞ্চায়তৰ অন্তৰ্গত 2 নং ৰামপুৰ গাঁৱৰ ৰিয়াজমূল হক আৰু আফ্ৰীদি ৰহমান নামৰ দুই কিশোৰ যোৱা ১৫ জুন তাৰিখৰ পৰা সন্ধানহীন হৈ আছে।১৪ বছৰীয়া কিশোৰদ্বয়ৰ সন্ধান পালে ৯৯৫৭৫২৪৬৯৪ নম্বৰত যোগাযোগ কৰি অৱগত কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।