নিসংগতা – হীৰক কলিতা

Pc Genesis Security-WordPress.com

নিসংগতা 

হীৰক কলিতা , নলবাৰী 

মই অকলে
ঘুৰি থাকোঁতেই
মোৰ ছাঁটোক
মই প্ৰশ্ন
কৰিলোঁ , তোমাৰ
সংগী কোন ?
ছাঁটোৱে ক’লে তুমি ।