নিপন গোস্বামীলৈ শ্ৰদ্ধাঞ্জলি জনাই এগৰাকী চিত্ৰ শিল্পীৰ বিশেষ প্ৰয়াস

Pc assam.news18.com

নিপন গোস্বামীলৈ শ্ৰদ্ধাঞ্জলি জনাই এগৰাকী চিত্ৰ শিল্পীৰ বিশেষ প্ৰয়াস

ৰঙিলী বাৰ্ত্তাসেৱা – জালুকবাৰী উৰণীয়া সেতুৰ দেৱালত ‘শংকৰ জোচেফ আলী’।নিপন গোস্বামীৰ স্মৃতিত এগৰাকী চিত্ৰ শিল্পীৰ বিশেষ প্ৰয়াস।জালুকবাৰীৰ উৰণীয়া সেতুৰ এখন দেৱালত নিশা যশস্বী অভিনেতাগৰাকীৰ ছবি অংকন কৰিলে জিণ্টুমণি নামৰ চিত্ৰ শিল্পীজনে।অসমীয়া চলচিত্ৰৰ চুপাৰষ্টাৰৰ গৰাকীৰ মহাপ্ৰয়াণৰ পিছতেই তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই নিশাটোৰ ভিতৰতে চিত্ৰ শিল্পী জিন্তুমণিয়ে অংকন কৰিলে এই ছবি।