নিকোলাছ পুৰানক ৱেষ্ট ইণ্ডিজৰ এদিনীয়া আৰু টি-২০ দলৰ অধিনায়ক নিযুক্তি

pc-ESPNcricinfo

নিকোলাছ পুৰানক ৱেষ্ট ইণ্ডিজৰ এদিনীয়া আৰু টি-২০ দলৰ অধিনায়ক নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  উইকেটকিপাৰ-বেটাৰ নিকোলাছ পুৰাণক ৱেষ্ট ইণ্ডিজৰ এদিনীয়া আৰু টি-২০ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। এপ্ৰিলত কাইৰন প’লাৰ্ডে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ পিছত তেওঁক নিযুক্তি দিয়া হৈছে।  “ৱেষ্ট ইণ্ডিজ দলৰ অধিনায়ক হিচাপে নিযুক্তি হোৱাৰ বাবে মই সঁচাকৈয়ে সন্মানিত,” পুৰাণে কয়।