নাৱৰীয়া – ৰীতা দেৱী

Pc Shutterstock

অণুগল্প

নাৱৰীয়া

ৰীতা দেৱী,কাহিলীপাৰা

অৰুণিমা নীলভৰ প্ৰেমত প্ৰতাৰিত হৈ বৰলুইতত জঁপিয়াইছিল যদিও আজি তাইৰ বাল্য বন্ধু নাৱৰীয়া মানৱৰ সৈতে তাইৰ এখনি সুখৰ সংসাৰ।