প্ৰ’ কাবাডী (Pro Kabaddi) লীগৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হৈ পৰিছে নাৰৱাল

pc InsideSports

প্ৰ’ কাবাডী (Pro Kabaddi) লীগৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হৈ পৰিছে নাৰৱাল

অনলাইন বাৰ্ত্তাসেৱা – আগন্তুক ছিজন-৮ ৰ বাবে ইউ.পি. যোদ্ধাই ১.৬৫ কোটি টকাত ক্ৰয় কৰাৰ পিছত পৰদীপ নাৰৱাল প্ৰ’ কাবাডী লীগৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ পৰিগণিত হৈছে। মনু গয়াতৰ হাতত আছিল পূৰ্বৱৰ্তী ৰেকৰ্ডটো, তেওঁক ছিজন-৬ ৰ বাবে ১.৫১ কোটি ত ক্ৰয় কৰা হৈছিল। নৰৱালে যোৱা পাঁচটা ছিজনত পাটনা পাইৰেটছৰ হৈ খেলিছিল।

(UD.)