নায়ক
ডিম্বেশ্বৰ শৰণীয়া
বৰমা, বাক্সা
আপুনি এগৰাকী নায়ক
কেইবাটাও মৰা কাহিনীৰ।
শামুকৰ খোলাৰ ভিতৰৰ
মঙহ উলিয়াই পেলাই থোৱা
শূন্য আৱৰণ খিনিৰ দৰে।
নায়ক
ডিম্বেশ্বৰ শৰণীয়া
বৰমা, বাক্সা
আপুনি এগৰাকী নায়ক
কেইবাটাও মৰা কাহিনীৰ।
শামুকৰ খোলাৰ ভিতৰৰ
মঙহ উলিয়াই পেলাই থোৱা
শূন্য আৱৰণ খিনিৰ দৰে।