নতুন দিল্লীত সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে ডাক টিকট

নতুন দিল্লীত সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে ডাক টিকট

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষপূৰণ উপলক্ষে ভাৰতীয় প’ষ্টৰ পৰা বিশেষ ডাক টিকট মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় আয়ুষ ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাইৰ উপৰি জ্যেষ্ঠ বিষয়াসকল।