নতুন আফগান কমাণ্ডাৰক অৱগত নকৰাকৈয়ে আমেৰিকাই পুৱা ৩ বজাত ত্যাগ কৰে আফগান বিমানক্ষেত্ৰ

pc AP News

অনলাইন বাৰ্ত্তাসেৱা – আফগান সামৰিক বিষয়াসকলে উল্লেখ কৰে, আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰায় ২০ বছৰৰ পিছত পুৱা ৩ বজাত আফগানিস্তানৰ বাগৰাম এয়াৰফিল্ড ত্যাগ কৰে। তেওঁলোকে দেশখনৰ আটাইতকৈ ডাঙৰ বিমানক্ষেত্ৰখন সম্পূৰ্ণৰূপে খালী কৰিছিল বুলি ঘোষণা কৰিছিল। বাগৰাম এয়াৰফিল্ডত এখন কাৰাগাৰো আছে, আৰু ইয়াত ৫,০০০ লৈকে তালিবানী এতিয়াও কাৰাবন্দী হৈ আছে।

(UD.)