ধৰমগঢ় সেৱাশ্ৰম সত্ৰৰ সমূহ ভকত বৈষ্ণৱ সকলে একত্ৰিত হয় মাহ জোৰা কাৰ্য সূচীৰে ভাগৱত পাঠ আৰম্ভ

ধৰমগঢ় সেৱাশ্ৰম সত্ৰৰ সমূহ ভকত বৈষ্ণৱ সকলে একত্ৰিত হয় মাহ জোৰা কাৰ্য সূচীৰে ভাগৱত পাঠ আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  ধৰমগঢ় সেৱাশ্ৰম সত্ৰৰ সমূহ ভকত বৈষ্ণৱ সকলে একত্ৰিত হয় মাহ জোৰা কাৰ্য সূচীৰে ভাগৱত পাঠ আৰম্ভ কৰি ভাগৱত ভ্ৰমণ কৰে । জীৱ জগত তথা বিশ্ব শান্তি আৰু মানৱ জীৱনৰ কৈলানৰ হেতুকে এই ভাদ মাহ জোৰা কাৰ্য সুছিৰে ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰি ভাগৱত ভ্ৰমণ কৰা দেখা যায়। লখিমপুৰৰ পৰা কৃষ্ণ ৰাভাৰ ৰিপ’ৰ্ট ।।