দেশ – অভিজিত বৰা

Pc- IndiaMART

 দেশ

 অভিজিত বৰা (কলিয়াবৰ)

সকলো যদি ৰজা হয় প্ৰজা কোন হ’ব
ৰজাই যদি দেশ‌ বেছে প্ৰজা কত যাব
কান্ধত গামোচা লৈ
জয় আই অসম কলে জানো
অসম জয় হৈ যায়
দিনে নিশাই ঘুৰি ফুৰে TRP আশাত এচাম
বন্ধু ভাই
ফেঁচাৰ ৰাতি বাহিব খুজিছে আজি
দেহক বেহা কৰি ৰাতিক সাক্ষী কৰি
ঘুৰিব খোজিছে আপা-আপী