দেউৰী স্বায়িত্ব পৰিষদৰ নিৰ্বাচনক উদেশ্য কৰি বিহপুৰীয়াত মন্ত্ৰী পীযূষ হাজৰিকা উপস্থিত

দেউৰী স্বায়িত্ব পৰিষদৰ নিৰ্বাচনক উদেশ্য কৰি বিহপুৰীয়াত মন্ত্ৰী পীযূষ হাজৰিকা উপস্থিত

ৰঙিলী বাৰ্ত্তাসেৱা–  সমাগত দেউৰী স্বায়িত্ব পৰিষদৰ নিৰ্বাচনক উদেশ্য কৰি জল সম্পদ বিভাগৰ মন্ত্ৰী শ্ৰীযুত পীযূষ হাজৰিকা ডাঙৰিয়া উপস্থিত হয় লখিমপুৰৰ নাৰায়ণপুৰৰ বিহপুৰীয়াত বিহপুৰীয়া সমষ্টিৰ চাৰিওটা মণ্ডলৰ সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী কেইজনৰ লগত এখন বিশেষ নিৰ্বাচনী বৈঠক অনুষ্ঠিত হয়।