দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা

Pc Danewsplus.com

দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  আগন্তুক দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ প্ৰথমখন তালিকা  অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ঘোষণা কৰিছে। ২২ জনীয়া সদস্যবিশিষ্ট পৰিষদৰ বাবে প্ৰথমখন তালিকাত ১২ গৰাকী প্ৰাৰ্থীৰ নাম কংগ্ৰেছে ঘোষণা কৰিছে। বাকী ১০ গৰাকী প্ৰাৰ্থীৰ নাম শীঘ্ৰে চূড়ান্ত কৰি ঘোষণা কৰা হ’ব বুলি অসম প্ৰদেশ কংগ্ৰেছৰ এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে। এই ঘোষিত তালিকা অনুসৰি নিম্নোল্লিখিত প্ৰাৰ্থী সকলক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছেঃ তিনিচুকীয়া জিলাৰ অন্তৰ্গত ১ নং শদিয়া সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীসোণটো দেউৰী, তিনিচুকীয়া জিলাৰ অন্তৰ্গত ২ নং কুণ্ডিল সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীৰণজিত দেউৰী তিনিচুকীয়া জিলাৰ অন্তৰ্গত ৩ নং মাৰ্ঘেৰিটা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীখগেশ্বৰ দেউৰী শিৱসাগৰ জিলা অন্তৰ্গত ৫ নং টেঙাপানী সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীসোণেশ্বৰ দেউৰী৷ শিৱসাগৰ জিলাৰ অন্তৰ্গত ৬ নং কটিয়ৰি সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীবসন্ত দেউৰী,যোৰহাট জিলাৰ অন্তৰ্গত ৮ নং যোৰহাট সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীকেশৱ দেউৰী, ধেমাজি জিলাৰ অন্তৰ্গত ১০ নং চিচিবৰগাওঁ সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীথানেশ্বৰ দেউৰী ধেমাজি জিলাৰ অন্তৰ্গত ১৩ নং বৰদলনি সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ প্ৰথমখন তালিকা আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ঘোষণা কৰিছে। ২২ জনীয়া সদস্যবিশিষ্ট পৰিষদৰ বাবে আজিৰ প্ৰথমখন তালিকাত ১২ গৰাকী প্ৰাৰ্থীৰ নাম কংগ্ৰেছে ঘোষণা কৰিছে। বাকী ১০ গৰাকী প্ৰাৰ্থীৰ নাম শীঘ্ৰে চূড়ান্ত কৰি ঘোষণা কৰা হ’ব বুলি অসম প্ৰদেশ কংগ্ৰেছৰ এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে।


ঘোষিত তালিকা অনুসৰি নিম্নোল্লিখিত প্ৰাৰ্থী সকলক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছেঃতিনিচুকীয়া জিলাৰ অন্তৰ্গত ১ নং শদিয়া সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীসোণটো দেউৰী, তিনিচুকীয়া জিলাৰ অন্তৰ্গত ২ নং কুণ্ডিল সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীৰণজিত দেউৰী,তিনিচুকীয়া জিলাৰ অন্তৰ্গত ৩ নং মাৰ্ঘেৰিটা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীখগেশ্বৰ দেউৰী,শিৱসাগৰ জিলাৰ অন্তৰ্গত ৫ নং টেঙাপানী সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীসোণেশ্বৰ দেউৰী, শিৱসাগৰ জিলাৰ অন্তৰ্গত ৬ নং কটিয়ৰি সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীবসন্ত দেউৰী,যোৰহাট জিলাৰ অন্তৰ্গত ৮ নং যোৰহাট সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীকেশৱ দেউৰী, ধেমাজি জিলাৰ অন্তৰ্গত ১০ নং চিচিবৰগাওঁ সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীথানেশ্বৰ দেউৰী, ধেমাজি জিলাৰ অন্তৰ্গত ১৩ নং বৰদলনি সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীৰয়েল দেউৰী,লখিমপুৰ জিলাৰ অন্তৰ্গত ১৯ নং কিনাপথাৰ সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীহৰিপ্ৰসাদ দেউৰী, লখিমপুৰ জিলাৰ অন্তৰ্গত ১৬ নং বাঁহগড়া সমষ্টি (অনুসূচিত জনজাতিৰ মহিলাৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীমতী মিনু দেউৰী, ধেমাজি জিলাৰ অন্তৰ্গত ১৪ নং গোগামুখ সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীলক্ষীপ্ৰসাদ দেউৰী,ধেমাজি জিলাৰ অন্তৰ্গত ১২ নং জোনাই সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীমতী সৰুমণি দেউৰী’) লখিমপুৰ জিলাৰ অন্তৰ্গত ১৯ নং কিনাপথাৰ সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীহৰিপ্ৰসাদ দেউৰী, লখিমপুৰ জিলাৰ অন্তৰ্গত ১৬ নং বাঁহগড়া সমষ্টি (অনুসূচিত জনজাতিৰ মহিলাৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীমতী মিনু দেউৰী, ধেমাজি জিলাৰ অন্তৰ্গত ১৪ নং গোগামুখ সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীলক্ষীপ্ৰসাদ দেউৰী, ধেমাজি জিলাৰ অন্তৰ্গত ১২ নং জোনাই সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে শ্ৰীমতী সৰুমণি দেউৰী ।